There was an error in this gadget

Friday, February 4, 2011

অসমীয়ালৈ আদৰণি

প্ৰিয় সাহিত্যৰসিক,
অসমীয়াৰ বুকুলৈ স্বাগতম । আপোনাৰ স’তে  অসমীয়া সাহিত্যৰ কিছু নিৰ্বাচিত লিখনিৰ ৰসাস্বাদন কৰাৰ মানসেৰে অসমীয়াৰ জন্ম । অপোনাৰ মতামত, দিহা-পৰামৰ্শই অসমীয়াক ধন্য কৰি তুলিব । অসমীয়া সাহিত্যৰ বিশালতাৰ তুলনাত আমাৰ প্ৰয়াস তেনেই নিঃকিন, তথাপিও এই যাত্ৰা অবিৰত । আমাৰ প্ৰয়াসে আপোনাক আৰু ইণ্টাৰনেটৰ অসমীয়া ভাষাৰ সমলক কিঞ্চিতো লাভাম্ৱিত কৰিব পাৰিলেই আমাৰ শ্ৰমৰ সাৰ্থকতা ।